অসমত এটা কৰ্মৰ ধাৰা সৃষ্টি কৰিবৰ বাবে
সুধিৰ সমাজক আহ্বান জনাই, কৰুনাধাৰাই যেনেকৈ অসমত এটা আলোড়ন সৃষ্টি কৰিছে ঠিক
তেনেকৈ কৰ্মৰ ধাৰায়েও যাতে অসমৰ গ্ৰাম্য যুৱ সমাজৰ মাজতো কাম কৰাৰ প্ৰৱণতা সৃষ্টি
কৰিব পাৰে তাকে মুখ্য উদ্দেশ্য হিচাপেলৈ অসমৰ নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ পৰা জন্ম
লভিছে কৰ্মধাৰা সমিতি, অসমে (Karmadhara Samitee, Assam) । আপোনালোকৰ আৰ্শীবাদ আৰু শুভকামনাই আমাক
অনুপ্ৰানিত কৰিব ।
No comments:
Post a Comment
Get in Touch with us: www.facebook.com/Karmodhara